Part 01

I want a song
August 5, 2017

1.শঙকৰৰ সহজ ধৰম

মৰতৰ ধৰম হল মৰম
জগতত পথ হল কৰম
সজ মন সজ পথ হল
সহজ সৰল পৰম ধৰম।
খঙত হয় ধৰম অচল
পৰৰ ধৰমক কয় গৰম
নহয় সৰল পথ হজম
ধৰম হয় দমনৰ চমন।
মৰম নহয় বন দৰব
সহজ নহয় হজৰ পৰব
শঙকৰৰ হল সহজ ধৰম
অসমত হল খবৰ গৰম।
মদ নহয় ধৰমৰ পথ
ভয় নহয় কৰমৰ ৰথ
মৰম হল ধৰমৰ শৰ
ধনৰ বলত নহয় শৰণ।
দল দল হল উথপ থপ
নহয়নহব নৰৰ অচল গপ
ফৰফৰ হল ভকতৰ মন
এক শৰণ ধৰমত মৰমৰ পণ।

2.এক শৰণ ধৰম

ইচৰৰ নভত হল নৰৰ জনম
ইচৰৰ চৰণত লম এক শৰণ
বৰতৰ লগত চৰণত কমল থম
হৰৰ শৰত জনমৰ পল খতম।
দশৰথৰ ঘৰত ভৰতৰ জনম
মৰতত হয় নব নব ধৰম
পৰব হয় মৰতত ধৰমৰ পথ
ওজতত হয় মনৰ মৰম ক্ষয়।
নৰৰ গচকত ধৰমৰ মৰণ
মৰতৰ শঙকৰৰ কলমৰ পন
এক ইচৰত লবৰ হল শৰণ
এক শৰণ হওক জগতৰ ৰতন।
থন থন অসমত শঙকৰৰ বচন
এক হল জনমত মৰমৰ অসম
মনত ৰল বচন জনম জনম
শঙকৰৰ পদত ইচৰৰ দৰশন।

3.কৰতল কমল
কদম গছৰ তলত শঙকৰৰ শয়ন
শঙকৰৰ বদনকমলত ৰদৰ পৰশ
তক্ষকৰ চকৰ বদনকমলত জলদ
তবধ নৰ তক্ষক শঙকৰৰ ৰক্ষক
ভৰ নদত তৰ শঙকৰ নহয় অবশ
শঙকৰ অজৰ অজয় সমকক্ষ নহয়
আইৰ মৰমৰ পৰশ শঙকৰৰ হল ছটক
শঙকৰৰ কৰতত কলম পলম
কৰতল কমলবয় জনক তবধ হয়
চফৰ মঠ দৰশনত শঙকৰৰ মন
মফচলত মৰতৰ ধৰমৰ মথন
যজন বৰণ পটল লৱজ ধৰমত নৰল
শঙকৰৰ এক শৰণ ধৰমৰ অসমত আদৰ
সহজ সৰল ধৰমত জনগন গদগদ
গণকৰ শঙকৰৰ লগত গজপৰ ঘৰষণ
ৰটন শঙকৰৰ লগত চমন
যক্ষৰ ভয়ত শঙকৰ আন জনপদ
গণকৰ বলক ৰটন তল
শঙকৰৰ ধৰম অসমত মৰহল।

4. অসমৰ গড়

নৰ তই অলপ চৰম কৰ

নকৰ গড়ত ঘৰত লৰফৰ

জগতক ক গড় অসমৰ

কৰত ল গঢ় নব নব যতৰ।

ধম ধম শবদত

নকৰ গড়ক বধ

বনত গঢ় মৰমৰ পথ

পথত চলক গড়ৰ ৰথ।

মনত কৰ গড়ক দৰদ

গড় হব জলজল পটপট

অসমত বব মটৰৰ ঢল

কৰমৰ হব উদয় পথ ।

শৰতত হব গজৰ চফৰ

সময় নহয় লতৰ পতৰ

গড় দৰশনৰ সজ বতৰ

জনগন হব ৰক্ষক গড়ৰ ।

5.অসম খন বৰ মৰমৰ

অসম খন বৰ মৰমৰ

পৰৰ ঘৰত নহয় মন

ঘৰৰ পথ কৰ খৰধৰ

গছত ৰসৰ বৰ বৰ ফল

অসমত বয় মৰমৰ ঢল

পৰৰ বনত মন থৰক বৰক

জহৰ গৰমৰ খৰ হয় মনত

জৰত কপক তন মন

ধন নহয় মৰতৰ শৰৎ

মৰম হয় জগতৰ দৰদ

অসম খন বৰ মৰমৰ

ধন নহয় অসমত সৰগ

মৰম হল অসমৰ ধৰম

দৰ ভয় অসমত নহয়

সদল বল সহজ সৰল পথ লয়।

6.শঙকৰ উজলক

শঙকৰ অসমৰ ভকতৰ জনক

শঙকৰৰ চৰণৰ ধৱল বৰণ

শঙকৰৰ চৰণ কমলত ঘন খৰম

শঙকৰৰ গলত কনকৰ পদক

শঙকৰৰ তনত খদৰৰ বসন

শঙকৰৰ নয়ন কলপৰ বৰণ

শঙকৰৰ কৰকমলত চছ কলম

শঙকৰৰ চলনত গজৰ গমন

শঙকৰৰ খবৰত ভকত গদগদ

শঙকৰৰ শয়নত জগত জঠৰ

শঙকৰক ভকতৰ জপ জনমভৰ।

7.শঙকৰৰ সজ ধৰম

শঙকৰৰ ধৰম বৰ সজ

শঙকৰৰ ধৰম বৰ সহজ

শঙকৰৰ ধৰম বৰ নৰম

শঙকৰৰ ধৰম বৰ গপচ

শঙকৰৰ ধৰম বৰ চহল

শঙকৰৰ ধৰম বৰ জলক

শঙকৰৰ ধৰম বৰ পৰম

শঙকৰৰ ধৰম বৰ মহৎ

শঙকৰৰ ধৰমত নহয় যজন

শঙকৰৰ ধৰমত নহয় ৰচক-পচক।

8.মৰমৰ অসম

অসম খন বৰ মৰমৰ বৰ আদৰৰ

অসমৰ কলপজলপত মনত হয় কপজপ

অসমৰ বদ খবৰত মনত হয় খচখচ

অসম জনপদৰ আয়তন বৰ কম

ঘটমট ঘৰষণৰ অসমত নগ সম দম

আপৰ সময়ৰ অসমত আলগ হল জনগণ

আটকৰ অসমৰ জনগণক অসমৰ মৰমত

আতৰ কৰ অসমৰ জনগণৰ ঘটমট কলহ

মচ তই জনগণ আই অসমৰ নয়নৰ জল

অসমৰ ভগন নকৰ ধৰম বৰণ বয়ন বসনত

এক হ অসমৰ জনগণ মইমত কৰ আতৰ

যতন কৰ তৎপৰ হ জগতত অসমৰ হওক যশ

বৎসল অসমত পৰ জনম তপৰ ফলত

ডঢ় হ নধৰ ঠহ আই অসমক মৰম কৰ।

9.দক্ষ অসম গঢ়

দক্ষ অসম গঢ়

লক্ষ কৰ তপন

দক্ষ হ কৰমত

দক্ষ হ পঢ়নত

দশ হ বয়নত

দক্ষ হ মগজ মথনত

দক্ষ জনৰ নহয়

জগতত মৰণ

দক্ষ জনৰ হয়

কৰম পৰম ধৰম

লক্ষ লক্ষ জন দক্ষৰ

অসমত গঢ় কটক

খদমদম কৰ নকৰ পলম

দক্ষ জনৰ কৰমত

অসম হব জগতত ডগমগ।

10.অসমৰ মৰমৰ জনগণ

অ অসমৰ মৰমৰ জনগণ

নকৰ তই অসমক চকল চকল

নকৰ তই অসম জড় জঠৰ

নকৰ অসমৰ চলন থমক

নকৰ পথত গমন কটজট সভয়

অসমৰ বদ খবৰৰ খলক জনপদত

বৰ বৰ হৰফত এক কলমত

আতৰ কৰ জনগণৰ মনৰ জখম

জনৰৱ জমজম অসম টগৰবগৰ

ডৰ ভয় বধ বলকৰ হয় অসমত

অসমৰ যশ নহয় সজ কৰমৰ জহত

সৰৱ হ অসমৰ জনগণ নকৰ অসমৰ ক্ষয়

অনবৰত নকৰ ওজৰ অনশন অপহৰণ

আতৰ কৰ অসমৰ আউল ওখল ক্ষত ক্ষৰণ

আইন কৰ অসমত নহব অসজ আমঠ আচৰণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *