Assamese Poems

August 5, 2017

Part 01

1.শঙকৰৰ সহজ ধৰম মৰতৰ ধৰম হল মৰম জগতত পথ হল কৰম সজ মন সজ পথ হল সহজ সৰল পৰম ধৰম। খঙত হয় ধৰম অচল পৰৰ ধৰমক […]
August 4, 2017

Part 02

( আজি) আকৌ এটা গড়ৰ মৃত্যু অাকৌ এজন শৰাইঘটীয়াৰ ঘাতকৰ হাতত অপমৃত্যু ঢাক ঢোল বজোৱা ৰণুৱাবোৰ এতিয়া নৰীয়া পাটীত জগাবলৈ তাহাতক লাভ নাই খং শিঙা বজাই […]