এসময়ত অসমৰ ৰহা নামে ঠাইত মিনি নামৰ এজনী মেকুৰী আছিল। অতি চতুৰ মিনি এন্দুৰ বোৰৰ বাবে সন্ত্ৰাস আছিল আৰু এফালৰ পৰা এন্দুৰ মাৰি তহিলং কৰিছিল। উপায়হীন হৈ এন্দুৰবোৰে জোঙাল বলহু গড় নামৰ ঠাইত সভা পাতিলে। মিনিৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন এন্দুৰে বিভিন্ন পৰামৰ্শ আগবঢ়ালে। মেকুৰীৰ ডিঙিত টিলিঙা অৰা পৰামৰ্শ যিহেতু আগতে বিফল হ'ল কোনেও এই কথা এবাৰো উল্লেখ নকৰিলে। এটা তৰুণ এন্দুৰে পৰামৰ্শ দিলে: আমি আমাৰ শক্তিৰ(strength) ওপৰত ভৰষা কৰি আৰু মিনিৰ দুৰ্বলতাৰ (weakness) ওপৰত গুৰুত্ব দি আমাৰ কাম আগুৱাই নিব লাগিব। তেহে আমি সফল হব পাৰিম। মোৰ মতে আমাৰ শক্তি হ'ল মাটি খান্দা আৰু মিনিৰ দুৰ্বলতা হ'ল মাছৰ লোভ। গতিকে আমি সকলোৱে মিলি ৰাতিৰ ভিতৰতে লাচিতৰ দৰে মিনি অহাযোৱা কৰা ৰাস্তাত এটা খাল খান্দি দিম আৰু খালত আনৰ ঘৰৰ পৰা বহুতো মাছ ৰাখি দিম। মাছৰ লোভত যেতিয়া মিনি খালৰ তললৈ নামি যাব আমি সকলোৱে মিলি মিনিক জীয়াই জীয়াই পুতি পেলাম। ডেকা এন্দুৰৰ কথাত সকলো এন্দুৰে জাওৰিয়ে জাওৰিয়ে চাপৰি মাৰিলে আৰু ডেকা এন্দুৰৰ কথা মতে কাম কৰাৰ সিদ্ধান্ত ললে। নিশা হোৱাৰ লগে লগে সকলো এন্দুৰে মিনি অহাযোৱা কৰা বাটত খাল খন্দাত লাগিল আৰু কেইটা মান এন্দুৰে মাছ চুৰ কৰি আনিলে। খাল যথেষ্ট দ হোৱাত মাছখিনি খালৰ তলত ৰাখি থলে। পুৱতি নিশা মিনিয়ে আহি মাছৰ গোন্ধ পাই একো নভবা নিচিন্তাকৈ মাছৰ লোভত খালৰ তললৈ নামি যোৱাৰ লগে লহে এন্দুৰবোৰে ওপৰৰ পৰা মাটি পেলাবলৈ আৰম্ভ কৰিলে আৰু মিনিক জীয়াই জীয়াই পুতি পেলালে।
( সাধুটোৰ পৰা আমি ইয়াকে শিকিলো যে একতাৰে দলবদ্ধ হৈ নিজৰ শক্তি আৰু শত্ৰুৰ দুৰ্বলতাক অস্ত্ৰ হিচাবে লৈ আগুৱাই গ'লে শক্তিশালী আৰু চতুৰ শত্ৰুকো সহজে পৰাস্ত কৰিব পাৰি।) .
তাহানি আমাৰ ক'কা হতৰ ঘৰত পল্টন নামেৰে এটা গৰখীয়া আছিল। তাৰ কাম আছিল পুৱা গোহালীৰ পৰা গৰুজাক উলিয়াই চৰাবলৈ ৰিজাপলৈ লৈ যোৱা আৰু গধুলী আনি গোহালীত বান্ধি থোৱা। এদিন দূপৰীয়া পল্টন ফোপাই জোপাই দৌৰি ককাৰ ওচৰ পালেহি। চিঞৰি চিঞৰি ককাক কলে " দেউতা ১০০টা ঢেকীয়াপতীয়া বাঘে নেগুৰ পকাই গৰু খাবলৈ আহিছে। ইতিমধ্য চাগে গৰু খাই শেষ কৰিলে" ককাই পল্টনক কলে "হেৰৌ ধেকীয়াপতীয়া বাঘে জাক পাতি নাথাকে নহয়। আৰু ১০০ বাঘ একেলগে চিকাৰ কৰিবলৈ অহা কাহানিও কতো শুনা নাই"। পল্টন অলপ শান্ত হৈ কলে "তেন্ত ৫০ টা মান নিশ্চয় হব"। ককাই কলে "হেৰৌ তোক কৈছো নহয় বাঘে জাক পাতি নাথাকে। ৫০ টাও হব নোৱাৰে।" এইবাৰ পল্টনে মাত লগালে " ওহো মই নিজ কাণে শুনিছো। ৮/১০ টা টো হবই ।" ককাই কলে হেৰ তই শুনিছহে দেখা নাই নহয়। ৮/১০ টাও হব নোৱাৰে। পল্টন তেতিয়া কিছু তল পৰিল আৰু কলে " ৮/১০ টা নহলেও ১টা নিশ্চয় হবই হব।"
ককাই ভিতৰৰ পৰা দুইনলীয়া বন্দুকটো উলিয়াই আনি কলে" বল, এই ভৰদূপৰীয়া কৰ বাঘ আহিল চাওগৈ।" পল্টনৰ লগত ককা গৈ দেখিলে ৰিজাপত নিচিন্ত মনে গৰুজাক চৰি আছে আৰু বাঘৰ কোনো চিন মোকাম নাই। বাঘ নেদেখি পল্টনে ককালৈ চাই কলে"বাঘ দেখোন নাই তেন্তে ঝাৰুক কৰিলে কিহে?" ঠিক সেই সময়তে কাষৰ ধাননী দৰাৰ পৰা ঝাৰুক কৈ টুনী চৰাইৰ জাক এটা উৰি গ'ল। ককাই আচল কথা বুজি পালে। আচলতে পল্টনে গৰুজাক চৰিবলৈ দি টোপনী মৰাত লাগিছিল আৰু সেই সময়তে ঝাৰুক কৈ চৰাইজাক উৰিযোৱাত টোপনিৰ জালতে ১০০ বাঘ অহা বুলি ককাৰ ওচৰলৈ দৌৰ মাৰিছিল। পল্টনক আকৌ এজাওৰি গালি দি ককা ঘৰলৈ উভতি আহি।
(ককাৰ সাধুটোৰ শিক্ষা এয়ে যে পল্টন এজন খাটী অসমীয়া আৰু সৰহ সংখ্যক অসমীয়া এতিয়াও পল্টনৰ দৰে। ঢৌ টোকে ৰৌটো কৰা অসমীয়াৰ জাতিগত স্বভাব।).
ভাৰত বিভাজনৰ সময়ৰ কথা। দেশত তেতিয়া চৌদিশে হিংসাৰ দাবানল। ইছলাম ধৰ্মীলোক সকলে যতেই সুবিধা পাইছে হিন্দু সকলৰ ঘৰ দুৱাৰ জ্বলাইদি লুটপাত কৰাৰ লগতে বহুতো নিৰীহ মানুক হত্যা কৰিছে। গ্ৰুপিঙৰ সময়ত গোপীনাথ বৰদলৈৰ নেতৃত্বত চলা আন্দোলনৰ বাবে অসম ভাৰতবৰ্ষৰ লগত থাকি গ'ল। ককা হতেও সক্ৰিয় ভাবে আন্দোলনত লাগি পৰিছিল। স্বাধীনতাৰ সময়ত আপেক্ষিক ভাবে অসম শান্তিপূৰ্ণ আছিল যদিও পৰিস্থিতি তীব্ৰ উত্তেজনাপূৰ্ণ হৈ আছিল। সমান্তৰাল ভাবে উৰাবাতৰিয়ে সকলো মানুহকে ভীতিগ্ৰস্ত কৰি তুলিছিল। গাৱে গাৱে পহৰা দিবৰ বাবে গাওৰক্ষী বাহিনী গঠন হৈছিল আৰু নিশা গাওৰক্ষী বাহিনীয়ে হাতত দা, জাঠি লৈ গাৱত পহৰা দিছিল।
ককাহতৰ গাৱৰ ওচৰতে দুই কিলোমিটাৰ মান দূৰত আছিল বগৰিগুৰি নামৰ আন এখন গাও আৰু ককা হতৰ গাৱৰ পৰা প্ৰায় পাচকিলোমিটাৰ মান নিলগত ৰহা আৰক্ষী চকী আৰু সৰু নগৰ ৰহা। বগৰীগুৰি গাৱত পহৰাৰ আগভাগ লৈছিল হেম নামৰ এজন ডেকাই। হেম পাচে অলপ উৰুলিপুঙা আৰু অল্পধতুৱা আছিল। এদিন পুৱা পাচ মান বজাত ককা শুই উঠি আহি পদুলি মুখত থিয় হৈছেহি মাথোন হেমই তীব্ৰ বেগত চাইকেল চলাই চিঞৰি গ'ল "বগৰিগুৰি চাফা, এতিয়া এইফালে আহি আছে।" হেমই বোলে ইমান জোৰেৰে চাইকেল চলাইছিল, ৰাস্তাত পৰি থকা মৈ এখনৰ ওপৰেৰে চাইকেল লৈ যোৱাত মৈ খন চিটিকি ওপৰলৈ যোৱা ককাই দেখিলে আৰু মৈ খন মাটিত পৰাৰ আগতেই হেমক নেদেখা হ'ল। ককা হতৰ গাৱৰ সকলো মানুহ আত্মৰক্ষাৰ বাবে সাজু গ'ল। কিছু সময় পাচত হেমৰ লগত ৰহাৰ পৰা কেইবা শ মানুহ দা, জাঠি লৈ ককা হতৰ গাও পালেহি আৰু সকলোৱে একেলগে বগৰিগুৰিৰ ফালে আগবাঢ়ি গ'ল।
বগৰিগুৰি পাই ৰাইজে দেখিলে আক্ৰমণকাৰীৰ কোনো চিন মোকাম নাই। ৰাইজে হেমক শুধিলে ক'তা বগৰিগুৰি চাফা বুলি কৈছিলি ইয়াত দেখোন সকলো ঠিকেই আছে। হেমই তেতিয়া কলে মই নিজ কাণেৰে শুনিছিলো ধং ধং শব্দ কৰি সৌ ফালৰ পৰা চিঞৰি বাখৰি আহি আছিল। ৰাইজ তেতিয়া শব্দ হোৱাৰ ফালে আগুৱাই গৈ দেখিলে তিনিটা হাতীৰ ডিঙিত আৰি দিয়া টিলিঙাই মাজ মাজে কেইটাই ধং ধং শব্দ কৰি আছে আৰু হাতীৰ মাউত কেইটাই চিঞৰ বাখৰ কৰি গান গাই হাতীৰ বাবে কলগছ কাটি আছে। ৰাইজে আচল কথাটো বুজি উঠিল আৰু সকলোৱে হেমক ভালদৰে এজাউৰি দি উৰাবাতৰি বিয়পোৱা বাবে পাচ টকা জৰিমণা বিহিলে। হেময়ো ভবিষ্যতে অনুসন্ধান নকৰাকৈ এনে কামেৰে ৰাইজক বিপথে পৰিচালিত নকৰো বুলি কথা দিলে।.
এসময়ত এখন হাবিত জ্যোতি নামাৰে এটা শহা আছিল। হাবিত বসবাস কৰা বিভিন্ন জন্তু আৰু পশু পখীৰ পৰা চান্দা তুলি সি সুখেৰে জীৱন নিৰ্বাহ কৰিছিল। এদিন দুপৰীয়া চান্দাৰ ধনেৰে ৰাতিপুৱাই দুপেগ খাইলৈ শহাই এজোপা বেল গছৰ তলত থকা এটা শিলত ভেজা দি ৰদ পুৱাবলৈ বহিল। সলপ পাচতে শহাৰ টোপনি আহিল আৰু টোপনিত সপোন দেখা আৰম্ভ কৰিলে। সপোনত দেখিলে যে বনৰ ৰজা সিংহক সি শিয়ালৰ সহযোগত গাদীচ্যুত কৰি সিংহাসনত বহিবলৈ আগবাঢ়ি গৈছে। ঠিক সেই সময়তে ওপৰৰ গছৰ পৰা এটা ডাঙৰ পকা বেল শিলটোৰ ওপৰত পৰিল আৰু ফাটি চিৰাচিৰ হৈ পৰিল। বেল পৰা শব্দত শহাই খকমককৈ সাৰ পাই ভাবিলে পৃথিৱী ধ্বংস হবলৈ আৰম্ভ কৰিছে আৰু পাচলৈ নাচাই উধাতু খাই দৌৰিবলৈ ধৰিলে। কিছুদূৰত কেইটামান গৰুৱে দেখিলে শহা উধাতু খাই দৌৰি আহিছে। কথাটো কি শহাক সোধাত শহাই চিঞৰি চিঞৰি ক'লে। "দৌৰা দৌৰা এফালৰ পৰা পৃথিৱী ধ্বংস হৈ আহিছে"। শহাৰ কথা শুনি গৰুবোৰেও শহাৰ পাচে পাচে দৌৰা আৰম্ভ কৰিলে। কেইটা মান শিয়ালে শহাৰ পাচে পাচে গৰুৰ জাক এটা দৌৰি থকা দেখি শহাক শুধিলে কথাটো কি? " শহাই চিঞৰি কলে দৌৰা দৌৰা এফালৰ পৰা পৃথিৱী ধ্বংস হৈ আহিছে।" শহাৰ কথা শুনি শিয়ালবোৰেও শহাৰ পাচে পাচে দৌৰাত লাগিল। কিছু সময় পাচত বনৰ আন আন জন্তুবোৰেও শহাক লগ দিলে আৰু সকলো পৃথিৱী ধ্বংস হোৱা বুলি পাচলৈ ঘূৰি নোচোৱাকৈ দৌৰি থাকিল। কিছু দূৰ যোৱাৰ পাচত শহা সহ জন্তুৰ জাকটো বনৰজাৰ ঘৰৰ কাষ পালেগৈ। হৈ চৈ চিঞৰ বাখৰ আৰু খোজৰ শব্দ শুনি বনৰজা বাহিৰলৈ ওলাই আহিল। শহাক বনৰজাই কথাটো কি বুলি সোধাত শহাই উত্তৰ দিলে "মহাৰাজ পলাওক, পলাওক পৃথিৱী এফালৰ পৰা ধ্বংস হৈ আহিছে।" শহাৰ কথাত বনৰজাৰ খং উঠিল আৰু সকলো জন্তুকে ৰবলৈ আদেশ দিলে। সকলো জন্তু থমকি ৰ'ল। বনৰজাই জন্তুবোৰক উদ্দেশ্যি কলে " হেৰ পৃথিৱী ধ্বংস হলে পলাই কলৈ যাবি? একো নভবা নিচিন্তা আৰু অনুসন্ধান নকৰাকৈ তহত সকলো কিয় শহাৰ কথাতে হয়ভৰ দি দৌৰি আছ? বল সকলো মোৰ পাচে পাচে আহ আৰু শহাই কোন ঠাইৰ পৰা পৃথিৱী ধ্বংস হোৱা আৰম্ভ হৈছিল দেখুৱাই দিবি গৈ।" বনৰজাৰ কথাত সকলো জন্তুৰে সম্বতি ঘূৰি আহিল আৰু সকলোৱে বনৰজাৰ পাচে পাচে ওভটনি যাত্ৰা আৰম্ভ কৰিলে। বাটত কোনেও কতো পৃথিৱী ধ্বংস হৈ অহাৰ একো উমঘামেই নেদেখিলে বা কোনো শব্দও নুশুনিলে। অৱশেষত বনৰজাৰ সৈতে সকলো শহা ৰদ পুৱাই থকা বেল গছৰ তলৰ শিলটোৰ ওচৰ পালেগৈ। বন ৰজাই শিলটোৰ ওপৰত পৰি থকা বেলৰ ভঙা টুকৰাটো দেখি সকলো কথা বুজি পালে। বনৰজাই কথাটো সকলো জন্তুকে বুজাই দি ভবিষ্যতে এনেদৰে চান্দাজীৱী শহাৰ কথাত পৰোচিত নহবলৈ সকীয়নি দিলে। লগতে শহাকো ভবিষ্যতে এনে কাম কৰিলে ৰাজ্যৰ পৰা নিৰ্বাসিত কৰিম বুলি আৰু শহাই চান্দাতোলাৰ ওপৰত সম্পূৰ্ণ নিষেধাগ্যা জাৰি কৰিলে। এই সময়ত আমি শহাৰ পাচত নভবা নিচিন্তাকৈ দৌৰা জীৱজন্তুৰ জাকৰ দৰে হোৱাতকৈ সচাকৈ পৃথিৱী ধ্বংস হৈছেনে নাই অনুসন্ধান কৰি দৌৰাতোহে সমীচিন।.
অসম চৰকাৰে এখন আইন প্ৰণয়ণ কৰিলে যে অসমৰ সকলো অভিযান্ত্ৰিক মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয় সমূহৰ দৰে এখন নতুন কাৰিকৰী আৰু বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনস্থ হব। এই কথা এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধক্ষ্য আৰু কিছু শিক্ষকৰ পচন্দ নহল। বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্য্যৰ লগত তেওলোকৰ ইগ ক্লেচো আছিল। তেওলোকে ছাত্ৰ ছাত্ৰী সকলক উচতনি দিলে যে নতুন বিশ্ববিদ্যালয়ৰ অধীনলৈ গলে তেওলোকৰ ভবিষ্যত অন্ধকাৰময় হব। কোনেও চাকৰি নাপাব, শিক্ষাৰ মানদণ্ড অবনমিত হব ইত্যাদি ইত্যাদি। চৰকাৰে কলে যে পুৰণি ছাত্ৰৰ একো ক্ষতি নহয় কাৰণ নতুন ছাত্ৰ সকলহে নতুন বিশ্ববিদ্যালয়ৰ অধীন হব । ছাত্ৰ, ছাত্ৰী সকলে নুবুজিলে, নামানিলে আৰু ৰাজপথলৈ ওলাই আহিল, আন্দোলনত লাগিল, নতুন নামভৰ্ত্তিত বাধা দিলে আৰু নতুন বিশ্ববিদ্যালয়ৰ অধীনলৈ নাযাও, নাযাও, নাযাও বুলি শপত ললে। আন্দোলন চলি থাকিল আৰু শেষত কথা গৈ আদালতৰ মজিয়া পালেগৈ। আদালতে চৰকাৰৰ সপক্ষে ৰায় দিলে। দুই তিনি বছৰৰ পাচত আন্দোলন শেষ হল আৰু বৰ্তমান বিশ্ববিদ্যালয়খন সুকলমে চলি আছে আৰু জানিব পৰা মতে কোনো ছাত্ৰ ছাত্ৰীৰ ভবিষ্যতো ধ্বংস হোৱা নাই। ন্যস্থ স্বাৰ্থ জড়িত মহলে ছাত্ৰ ছাত্ৰীক উচতাই, পৰোচিত কৰি অযথা আন্দোলন কৰালে। বহুতো ধন আৰু সময়ৰ অপচয় মাথো হ'ল। যিসকলে নতুন বিশ্ববিদ্যালয়ৰ সপক্ষে যুক্তি আৰু মত আগবঢ়াইছিল গুৱাহাটীৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ সকলে তেওলোকৰ ওপৰত বহুতো কটু আৰু অশ্লীল মন্তব্য আগবঢ়াইছিল। ময়ো ভুক্তভোগী আছিলো।
অসম আন্দোলনৰ উৰ্বৰ ভূমি আৰু ন্যস্থ স্বাৰ্থৰ উচতনিত সহজে আন্দোলন হয়। .
If you have questions, we have answers. Mail you question to devajitbhuyan@gmail.com or call +919435010859.
Multiple Career Choices (Author Devajit Bhuyan, Publisher- Pustak Mahal)
Review by Dr. Aqeel Ahmed
Sir,
Iam Dr.Aqeel Ahmad,joint Secretary Anjuman Faroghe Science Delhi(Society for promotion of Science Education), this mail is for informing you that on 26th August, we organized a prize distribution ceremony for the meritorious walled city(Delhi) urdu knowing students. We wished to present a career guide to students. After market survey your book (Multiple Career Choices) found very very relevant and useful. It was added in the prize. Our guests, Dr Aslam Pervaiz(Principal Zakr Husain College) and Dr S. I. Farooqui(Scientist) both appreciated the book. While reading, it is clearly felt that the writer has the strong wish to help the students. I personally appreciate your efforts.
Science is fun
The Big Bang to Bill Gates by Devajit Bhuyan is modelled on Letters from a Father to His Daughter by Jawaharlal Nehru. It is a set of letters written by a loving father to his daughter in a boarding school. The letters clearly explain the progress of modern science from the origin of the universe to the advent of computers. And, in the process, offer some moral advice. The book explores different versions of theories pertaining to the origin of the universe. There are references to the Mahabharata and the Ramayana. Scientific pioneers like Albert Einstein, Max Planck, Newton, Darwin and Stephen Hawking flit through the pages. The real worth of education in real life is discussed through stories and colourful illustrations.
The book ? a Spectrum Publications and priced at Rs 190 ? is informal in style. Difficult concepts such as the gradual development of computers are introduced lucidly. Worth a dekko!
Infatuated with, yes, Shobha De
by R.P. Chaddah
The Making of a Goddess — Poems by Devajit Bhuyan. Spectrum Publications, New Delhi. Rs 60.
"The Making of a Goddess" is a collection of 50 poems on the completion of 50 years of age of the famous model-editor-columnist-novelist Shobha De. According to the blurb, the idea seems to have emanated in the corridors of a hospital where the poet might have been convalescing after a bout of illness or attending on a sick relative, who knows? It seems that in order to overcome his loneliness, he has written poems addressed to Shobha De, and his fascination for her makes him reject Marilyn Monroe and Sophia Loren (the celluloid goddesses of the 60s) and our very own Madhuri Dixit.
"Yes, Madhuri can be painted/Not Shobha the eternal/Feel it in the soul/Enjoy it with the third eye."
Further on, in another poem he says: "Life is like Shobha De/Brain beauty and values/Good forever."
De is also the harbinger of change, not only in the mind and soul of the poet but also in the course of history.Wow!
The poet even pleads with the Lord and says that if he wishes to make another world sans everything — sun, moon, butterflies, rainbows: "But don’t make another world/Without a feminine called Shobha De."
In "The singularity" he makes Mother Teresa, Madhuri Dixit and Madonna the epitome of love, beauty and sex but he sees in De the making of a goddess (the collection gets its title from this poem) to "extinguish the thirst of mankind." The poet is so smitten with the persona of Shobha De that all his dreams and fantasies have only that end in view. I don’t think that the poet has ever met De in person and from afar he is able to see the eternal light in her eyes and smile, and feels that "her beauty and brain alone can quench the thirst/and extinguish the fire for ever/of a 21st century gentleman."
First he is against "cloning" because "it will be like a copycat/ We want more Shobha De’s/As natural as she is. "But the scientist in him informs him that science can clone her, but can’t explain life, emotions and a "femininity like you." In his heightened hyperbole he thinks, "Shobha De is born only once/And not everyday like sunrise."
An enjoyable anthology which everyone must read to know the gravity of infatuation with one’s subject.
The Incomparable Poetry of Devajit Bhuyan
Review by Samit Basu
I’ve been meaning to post quotes from my favourite book of poetry for a while now. I suspect this book is out of print – I have asked for it at most of the major bookstores in Delhi at least, but they dont seem to have it, which is a slap in the face of all that is right and good in this world. I just found the book today when rearranging the bookshelves – I thought I’d lost it, which was terrible, because it’s been one of my favourite books since I found it languishing in the Outlook office many moons ago.
The book is called (fanfare) Daughters of the Soil: Fifty-one poems on Indian women, by Devajit Bhuyan, published by Spectrum publishers in Guwahati and Delhi. Mr. Bhuyan’s earlier works include The Making of a Goddess – Fifty Poems on Shobha De and 21st century rhymes – about which Maneka Gandhi says, on the blurb, ‘I enjoyed going through your book 21st Century Rhymes’
Multiple Career Choices
Publisher: Pustak Mahal, Delhi
Author: Devjit Bhuiyan
ISBN: 8122307795
An activity undertaken with a missionary spirit, backed by thorough research, by a person who is eminently qualified for the task, and executed with professional competence, cannot fail to achieve its objectives. Devajit Bhuyan has authored a book, which is better described as a digest, in which he has meticulously explored and mapped the cavernous paths of the world of careers, which exist today. The book is outstanding in that though the title is an innocuous - "Multiple Career Choices," and like many others of its kind, could be a matter-of-fact statement of uninspiring facts and figures, the author has offered a fascinating guided tour of the complex world which every young person must undertake, if he or she wishes to enter a profession or career, best suited to the aptitude, circumstances, aspirations, and capabilities which are unique to every individual.
"While choosing a career one must give due importance to personal values and opt for a profession that is more in sync with these. An overemphasis on money can only lead to short-term gains but long-term unhappiness with the extra money being spent on visiting doctors and psychiatrists. Therefore think wisely before opting for a career." Devajit Bhuyan is imbued with the sense of concern exhibited by a parent, whose offspring is about to embark on the most important aspect of life - the choice of a career, which will enable the youngster to live a happy, healthy, profitable, and rewarding life, usefully employing the talents nature has gifted, and the education that has been provided. He stresses the importance of having a mission, an aim, and a goal. A career should be by choice, not by chance, with awareness of one's SWOT Analysis - Strengths, Weaknesses, Opportunities and Threats.
The author details nine career drivers - Material Rewards, Power and Influence, Search for Meaning, Expertise, Creativity, Affiliation, Autonomy, Security, and Status.
He emphasizes the value of * Benchmarking - finding and implementing the best practices, instead of reinventing the wheel and setting one's own standards.
The book details the best jobs of the 21st century, the changes in career preferences over the decades, the top 20 challenging jobs, and the factors to be kept in mind while choosing a career, e.g., Intelligence, Personality, Interest, Aptitudes, Physique, Gender, and Age.
It lists hundreds of career options available, the courses of education needed for them, the Colleges, Universities, Deemed Universities, and other institutions with details including the websites, Specialised Courses, Diploma Courses, Degree and Post Degree courses, and various branches of Engineering, Examinations and Tests.
It clarifies through a Question and Answer section, many needed facts about professions.
Professions gaining in importance, Optical Physics, Robotics, Micro Technology, Ocean Engineering, Nanotechnology, Safety Engineering, Financial Engineering, etc. are among those described.
Educational Consultants and Recruiting Agents, the criteria on how to choose a Computer Institute, and Registering for Admission Tests, are among the wealth of chapters in the book.
If your children or wards are entering the upper stage of secondary education, it is time for you to acquire the knowledge offered in this book. If they are already at the stage of having to choose a career, it is still not too late to "look before they leap."
It is better to spend time and efforts studying the vocational landscape, admirably portrayed in "Multiple Career Choices," than having our youngsters undergo a lifetime of regret and frustration.
Multiple Career Choices
Writer: Devjit Bhuiyan
ISBN: 8122307795
An exercise undertaken with a missionary spirit, backed by thorough study, by a individual who is eminently qualified for the undertaking, and executed with specialist competence, are not able to fall short to realize its goals.
Devajit Bhuyan has authored a guide, which is superior described as a digest, in which he has meticulously explored and mapped the cavernous paths of the globe of careers, which exist right now.
The guide is remarkable in that while the title is an innocuous - "Many Career Choices," and like a lot of others of its kind, could be a subject-of-simple fact statement of uninspiring specifics and figures, the writer has supplied a exciting guided tour of the complex earth which just about every young particular person will need to undertake, if he or she wishes to enter a profession or career, finest suited to the aptitude, situations, aspirations, and capabilities which are exceptional to each personal.
If your little ones or wards are coming into the upper stage of secondary education, it is time for you to obtain the understanding offered in this book. If they are currently at the stage of obtaining to opt for a career, it is even now not as well late to "look just before they leap."
It is much better to commit time and efforts learning the vocational landscape, admirably portrayed in "Many Career Decisions," than obtaining our children undergo a lifetime of regret and annoyance.
Various Career Selections
Writer: Devjit Bhuiyan
ISBN: 8122307795
An activity undertaken with a missionary spirit, backed by thorough study, by a man or woman who is eminently trained for the job, and executed with qualified competence, cannot fall short to achieve its aims.
Devajit Bhuyan has authored a guide, which is greater explained as a digest, in which he has meticulously explored and mapped the cavernous paths of the earth of careers, which exist now.
The guide is outstanding in that while the title is an innocuous - "A number of Career Choices," and like many other people of its sort, could be a subject-of-point statement of uninspiring facts and figures, the author has presented a interesting guided tour of the complex world which just about every youthful individual need to undertake, if he or she wishes to enter a profession or career, ideal suited to the aptitude, situations, aspirations, and abilities which are one of a kind to just about every particular person.
"Even though deciding upon a career one ought to give because of relevance to particular values and choose for a occupation that is more in sync with these. An overemphasis on income can only lead to brief-term gains but very long-phrase unhappiness with the extra revenue currently being invested on visiting medical practitioners and psychiatrists. Thus assume wisely ahead of opting for a career."
Devajit Bhuyan is imbued with the sense of concern exhibited by a mother or father, whose offspring is about to embark on the most important element of life - the selection of a career, which will permit the youngster to live a delighted, healthy and balanced, rewarding, and rewarding living, usefully employing the talents nature has gifted, and the education that has been supplied.
He stresses the significance of obtaining a mission, an purpose, and a intention. A career ought to be by option, not by probability, with awareness of one's SWOT Evaluation - Strengths, Weaknesses, Possibilities and Threats.
The author facts nine career drivers - Material Rewards, Strength and Affect, Research for Meaning, Expertise, Creativity, Affiliation, Autonomy, Security, and Status.
He emphasizes the appeal of * Benchmarking - acquiring and employing the finest practices, alternatively of reinventing the wheel and setting one's individual expectations.
The book details the most effective jobs of the 21st century, the adjustments in career preferences through the decades, the top rated 20 difficult jobs, and the things to be stored in mind when selecting a career, e.g., Intelligence, Persona, Interest, Aptitudes, Physique, Gender, and Age.
It lists hundreds of career options out there, the programs of education essential for them, the Schools, Universities, Deemed Universities, and other institutions with specifics including the internet websites, Specialised Programs, Diploma Courses, Degree and Post Diploma courses, and numerous branches of Engineering, Examinations and Assessments.